partpart-time

part of speech (English)
Contributed by: নৱনাথ চহৰীয়া on 2021-04-13
1. Language-Linguistics(Common Noun-Common &/or Masculine) a traditional class of words (such as adjectives, adverbs, nouns, and verbs) distinguished according to the kind of idea denoted and the function performed in a sentence শব্দৰ ধাৰণা আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি পাৰম্পৰিকভাবে কৰা কোনো ভাষাৰ শ্ৰেণী৷ উদাহৰণস্বৰূপে বিশেষ্য, বিশেষণ, সৰ্বনাম ইত্যাদি৷ বেছিভাগ ব্যাকৰণতে, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দকেই পদ বোলা হৈছে৷
English: part of speech,
Assamese: পদ